** (Future continuous Tense)
সংজ্ঞা:- ভৱিষ্যতৰ কোনো উল্লেখিত সময়ত কাম এটা থাকিবলৈ অৰ্থ প্ৰকাশ কৰাকে Future continuous tense বুলি কোৱা হয়।(Future continuous tense is the meaning of a work at a specified time in the future.)
* Structure:-
S + Shall/ Will + be + V₁ + ing + O
Conjugation of the verb to( take)
I shall be taking a pen.
We shall be taking a pen.
You will be taking a pen.
He/ She/ it will taking a Pen.
They will be taking a pen.
** Future continuous tense ৰ ব্যৱহাৰ:-
ভৱিষ্যতে একেটা কাম চলি থাকিব বা হৈ থাকিব এনে অৰ্থত Future continuous Tense ব্যৱহাৰ কৰা হয়।( Future continuous tense is used to make the same work going on or will continue in the future.) যেনে:-
1) কাইলৈ এনে সময়ত তেওঁলোকে ৰেলেৰে ভ্ৰমন কৰি থাকিব।
=> By this time tomorrow they will be traveling by train.
2) গধুলি সময়ত আমি পঢ়ি থাকিম।
=> We shall be reading in the evening.
3) তুমি অহালৈকে মই বাট চাই থাকিম ।
=> I shall be waiting till you come.
4) আজি গধূলি তোমাৰ বাবে ৰৈ থাকিব।
=> I shall be waiting for you this evening.
5) আজি গধূলি তোমাৰ বাবে ৰৈ থাকিব।
=> I shall be waiting for you this evening.
** ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ত চলি থকা কাম বুজাবলৈ Future continuous Tense ব্যৱহাৰ কৰা হয়।(Future continuous tense is used to explain the work that is going on at a certain time in the future.)
যেনে:-
1) কালিলৈ পুৱা আঠ বজাত মই পুৱাৰ আহাৰ খাই থাকিম।
=> At 8 am tomorrow , I shall be taking breakfast.
2) অহা গোটেই মাহটোত আমি ক্ৰিকেত খেলাত লাগি থাকিম।
=> We shall be playing cricket the whole of the next month.
** কেতিয়াবা Future continuous আৰু present continuous ৰ একে অৰ্থ প্ৰকাশ কৰে।( Sometimes The Nature expresses the same meaning of continuous and present continuous.) যেনে:-
1) He will be taking his examination next week.
=> He is taking his examination next week.
** Non conclusive verbs:- কথা কোৱা সময়ত কামটো চলি থাকিলেও কিছুমান verb অৰ ক্ষেত্ৰত continuous Tense ব্যৱহাৰ কৰা নহয় এনেকুৱা verb সমূহক Non- conclusive আখ্যা দিয়া হয়। (Continuous tense is not used in some verb cases even if the work is going on while talking. Such verbs are called non-conclusive verbs.) যেনে:-
1) I can see a bird in the tree.
=> গছজোপাত মই চৰাই এজনী দেখিছো।( I am seeing নহয়)
2) I know what you mean.
=> তুমি কি ক'ব খুজিছা মই বুজিছোঁ ।
( I am knowing what you are meaning নহয়)
0 Comments
Comment only if you don't understand.Request you not to give bad comments.