**( Future perfect continuous Tense)
সংজ্ঞা:- ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট মূহৰ্তৰ আগতে কোনো কাম চলি থাকিব তেনে ভাবকে Future perfect continuous tense বুলি কোৱা হয়। ( Future perfect continuous tense is called sense of the idea that something will go on before a certain future moment.)
Structure:-
S + Shall/Will + have + been + V + ing + O
** ব্যৱহাৰ ( Use):- ভবিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব বা চলি থকা বুজালে Future perfect continuous tense ব্যৱহাৰ কৰা হয়। (Future perfect continuous means are used to explain whether one work will continue or run until another work starts in the future.)
যেনে:-
1) অহা জুন মাহৰ শেষত তেখেতে এই বিদ্যালয়ত কাম কৰি থকা দহ বছৰ হব ।
=> By the end of next june he will have been working in this school for ten years.
2) বছৰটোৰ শেষত ৰমেনে ভাৰতীয় দলত ক্ৰিকেট খেলি থকা সাত বছৰ হব।
=> By the end of the years Ramen will have been playing cricket for India for seven years.
3) এই মাহৰ শেষত কমলে কুৰি বছৰ ধৰি অভিনয় কৰি থাকিল ।
=> By the end of this month kamal will have been acting for twenty years.
( Future perfect আৰু Future perfect continuous tense ৰ verb বোৰক conditional verb বুলি কোৱা হয়। - (The verbs of The Future perfect and The Future perfect continuous tense are called conditional verbs.) কাৰন এনে verb ৰ ব্যৱহাৰ সাধাৰণতে চৰ্তসাপেক্ষে (Condition) থকা বুজোৱা বাক্যতহে ব্যৱহাৰ হয়।-Because such verbs are generally used only in sentences that are conditional.)
0 Comments
Comment only if you don't understand.Request you not to give bad comments.