** Simple Future Tense বা Future Indefinite Tense.
সংজ্ঞা:- যেতিয়া কোনো ক্ৰিয়াপদে ভৱিষ্যতে কোনো কাম কৰা হব বুজায় তেতিয়া Future Indefinite Tense বুলি কোৱা হয়।(Future Indefinite Means is called when a verb means that something will be done in the future.)
যেনে:- He will do - সি কৰিব।
I shall do - মই কৰিম.
* Structure:-
S + Shall/ Will + V₁ + O
Conjugation of verb ' to' take.
I shall take meal.
we will take meal.
You will take meal.
He/She/It will meal.
** Future Indefinite Tense ৰ ব্যৱহাৰ:-
1) ভৱিষ্যতে কোনো কাম সম্পন্ন হব এনে অৰ্থ বুজাবলৈ Future Indefinite Tense ব্যৱহাৰ কৰা হয়।(Future Indefinite Tense is used to explain the meaning that something will be done in the future.)
যেনে:- 1) অহা সোমবাৰৰ পৰা আমাৰ বাৰ্ষিক পৰীক্ষা আৰম্ভ হব।
=> Our annual examination will commence from next Monday.
2) অহা মাহত তেওঁ ঘৰলৈ উভতিব।
=> He will return name next month.
3) তেওঁলোক ইয়াত কিমান দিন থাকিব?
=> For how long will they stay here?
4) ইয়াৰ পৰা তেওঁলোক শ্বিলঙলৈ যাব।
=> From here they will go to shillong.
5) অহা ৰবিবাৰে মই চিৰিয়াখানালৈ যাম।
=> I shall gi to the Zoo on sunday next.( হোৱা অৰ্থত).
6) তেওঁ এজন মন্ত্ৰী হব।
=> He will be a minister.
7) মই তেখেতৰ সহকাৰী হম।
=> I will be his assistant.
8) তুমি সুখী হ'বা।
=> You will be happy.( থকা অৰ্থত)
9) মই ঘৰত থাকিম।
=> I will be at home.
10) তেওঁলোক তাত থাকিব।
=> They will be there.
11) চাবিপাত মোৰ লগত থাকিব।
=> The key will be with me.
** "Going to" ৰ ব্যৱহাৰ:-
1) " Going to " ব্যৱহাৰ কৰিও simple Future ৰ অৰ্থ প্ৰকাশ কৰিব পাৰি।(The meaning of the simple future can also be expressed using 'Going to'.)
যেনে:-
a) বৰষুণ হব।
=> It is going to rain.
2) অদূৰ ভৱিষ্যতত ঘটিব লগা কোনো ঘটনা সম্পৰ্কে দঢ়ভাৱে ভৱিষ্যত ৱানী কৰোঁতেও be going to ব্যৱহাৰ কৰা হয়। (Be going to is also used when we make a big future announcement about something that will happen in the very future.) যেনে:-
Look at the sky ! It is going to rain.
3) পূৰ্ব পৰিকল্পিত ( Premeditated) অভিপ্ৰায় বুজাবলৈ shall বা will অতকৈ be + going + O + Verb এই ৰূপটোহে বেছি ব্যৱহাৰ কৰা হয়।( This form is used more than the shall or will (be + going + O + Verb) to refer to premeditated purposes.)
- More Read:- Future continuous tense and their uses
0 Comments
Comment only if you don't understand.Request you not to give bad comments.