Subscribe Us

header ads

উজনি চিচি টঙানি গাওঁ পঞ্চায়তৰ অধীনত সকলো PMAY-G ৰ ঘৰৰ তালিকা 2023-24

 UJONI SISI TANGANI GAON  PANCHAYAT

https://drive.google.com/file/d/1nZ3rbIT5LKRY2WmQnq70opJ9psZpOqFm/view?usp=drivesdk
Collected by Mr. Pusanta Pegu.

PMAY List 2022-23: Check Pradhan Mantri Awas Yojana List PDF (PMAYG-Gramin, PMAY-U)

উজনি চিচি টঙানি গাওঁ পঞ্চায়তৰ অধীনত সকলো PMAY-G ৰ ঘৰৰ তালিকাত নিজৰ নাম আছেনে নাই‍ তলত দিয়া PDF টো  ডাউনলোড কৰি চাব পাৰে| 

LIST PDF:- Download  click here:- https://drive.google.com/file/d/1nZ3rbIT5LKRY2WmQnq70opJ9psZpOqFm/view?usp=drivesdk

১) PMAY-G ( GEO TAG) ঘৰৰ যোগ্যতা ২০২৩-২৪.

              অসম চৰকাৰে উজনি চিচি টঙানিৰ গাঁও পঞ্চায়তৰ অৰ্ন্তগত ১,৫৫৫ জন হিতাধিকাৰীক ২০২৪ চনৰ মাৰ্চ মাহৰ আগত PMAY-G ঘৰ দিয়া হব| 

    গতিকে অসমৰ মানুহে চৰকাৰী ঘৰ পাবলৈ তলত উল্লেখকৰাবোৰৰ যোগ্যতা থকাৰ প্ৰয়োজন হব| এইবোৰ যোগ্যতা নথকা মানুহবোৰ ২০২৩-২৪ চনত চৰকাৰী ঘৰ নাপাব|

১) ভাৰতৰ কোনো ঠাইত নিজৰ পকী ঘৰ থাকিব নোৱাৰিব|

২) হিতাধিকাৰীজন চৰকাৰী চাকৰিয়াল হব নোৱাৰিব আৰু পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি কৰিব নোৱাৰিব|

৩) INCOME TAX দিয়া পৰিয়ালে চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহব|

৪) মাহেলি  ইনকাম ১০,০০০ টকাতকৈ বেছি হব নোৱাৰিব|

৫) MNREGA JOB  CARD থ‍াকিব লাগিব|

৬) ঘৰত ফ্ৰিজ , দুচকীয়া , তিনিচকীয়া আৰু চাৰিচকীয়া বাহন থাকিব নোৱাৰিব|

৭) পৰিয়ালত ঘৈনিয়েক আৰু এজন অবিবাহিত সন্তান থকাটো প্ৰয়োজনীয়|

৮) অনুসূচীত জাতি জনজাতিৰ মানুহবোৰ অগ্ৰাধিকাৰ লাভ কৰিব|

     যিসকল হিতাধিকাৰীয়ে ২০২৩-২৪ বৰ্ষত চৰকাৰী ঘৰ পাব বিচাৰে ওপৰত উল্লেখ কৰাবোৰৰ 

যোগ্যতা থাকিব লাগিব|

 ২) ( প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নিয়ম নীতি সমূহ):- ইয়াত থকা প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক| নতুন ঘৰ বনাওতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত  দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হব| ঘৰ বনোৱা সম্পূৰ্ন হোৱাৰ পিছত  উচ্চ স্তৰৰ তদন্ত হব| য'ত নিয়ম নীতি উলংগা কৰা ব্যক্তিসকলৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হব|

     ১) ঘৰ নিজৰ মাটিত বনাব লাগিব| কৰ্টত গোচৰ চলি থকা মাটিত গোচৰ নিস্পতি  হোৱাৰ আগত ঘৰ বনাব নোৱাৰিব|

     ২) ঘৰখন চৰকাৰী হিচাপত নবনালে তদন্ত‍ত ধৰা পৰিলে শাস্তিতৰ সন্মুখীন হবলগীয়া হব|

     ৩) প্ৰথম কিস্তিৰ টকাৰে প্লিন্ত লেভেল পৰ্যন্ত কাম হব লাগিব|

     ৪) দ্বিতীয় কিস্তিৰ টকাৰে  ৰুফ কাষ্ট পৰ্যন্ত কাম হব লাগিব|

    ৫) তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ হব লাগি‍ব|

    ৬) ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়াৰ পিছত ঘৰৰ মিস্ত্ৰী খৰচৰ টকা জবকাৰ্ড একাউন্টত টকা  সোমাব|

    ৭) চৰকাৰী নিয়মতে ঘৰখনক ২৫ sq.mt ত বনাব লাগিব| 

FRAMWORK FOR IMPLEMENTATION OF PMAY-G 2023-24.

Click here download details:- https://drive.google.com/file/d/1nx9J3u1tiaV_YC-2rhS05viuCLwcmMNG/view?usp=drivesdk

Post a Comment

0 Comments