** Future Perfect Tense
সংজ্ঞা:- ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট মূহৰ্তৰ আগে আগে কোনো কাম এটা সমাপ্ত হব, তাকে Future perfect Tense বুলি কোৱা হয়। (A task that will be completed before a certain future moment is called Future perfect Tense.)
Structure:-
S + Shall/ Will + have + V₁ + O
Conjugation of the verb " to go "
I shall have gone to school.
we will have gone to school.
You will have gone to school.
He/she/it have gone to school.
They will have gone to school.
** Future perfect tense ৰ ব্যৱহাৰ( Use of future perfect tense) :-
ভৱিষ্যতে কোনো নিৰ্দিষ্ট সময়ত বা তাৰ আগতেই কাম হব এনে বুজালে Future perfect tense ব্যৱহাৰ কৰা হয়।( Future Perfect tense is used to explain that work will be done at or before a certain time in the future.) যেনে:-
1) কাইলৈ দহ বজাৰ আগে আগে মই কামটো শেষ কৰিম।
=> I shall have finished the work before 10 o'clock tomorrow.
2) তেতিয়া মানে তেওঁ সাৰ পাব।
=> He will have awaken by then.
3) সূৰ্য অস্ত যোৱাৰ আগতে আমি ঘৰ পামগৈ।
=> We shall have reached home before the sun sets.
4) কামখিনি হৈগলে মই ঘৰ পামগৈ।
=> I shall have gone home when the work is finished .
5) ন বজাৰ আগতে পঢ়াশালিলৈ যাব লাগিব।
=> I shall have gone to school before nine o'clock.
6) কালিলৈ পুৱা 6 বজাত আমাৰ দিল্লী গৈ পোৱা হৈ যাব অৰ্থাৎ দিল্লী পামগৈ।
=> We shall have reached Delhi by 6 am tomorrow .
7) এবছৰৰ মূৰত তোমাৰ প্ৰৱেশিকা পৰীক্ষা পাছ কৰা হৈ যাব ।
=> You will have passed H.S.L.C examination in a years time.
( এনেবোৰ বাক্য সচৰাচৰ ব্যৱহাৰ কৰা নহয়- Such sentences are not commonly used).
0 Comments
Comment only if you don't understand.Request you not to give bad comments.