( Industry of Assam)
Assam GK ॥ Industry of Assam |
1) Which is the first agricultural based industry in Assam?
Answer:- Tea industry.
2) Which British military officer is credited with inventing tea in Assam?
Answer: Robert Bruce.
3. When did the Governor General constitute a 'Tea Committee' to consider the possibility of commercial cultivation of tea trees?
Answer: On 24 January 1834.
4. When did some British entrepreneurs gather to produce tea and open the 'Assam Company' in Nazira?
Answer: In the 1840s.
5) Which produces the most tea leaves among all the states of India?
Answer:- Assam.
6. How many plantations are there in Assam according to 2020 statistics?
Answer:- 1,19,521.
7. What is the total agricultural land of tea plantations in Assam?
Answer:- 3,43,256 hectares.
8. Where is tea grown in Assam?
Answer: In the Brahmaputra and Barak valleys.
9. Name some of the leading districts of Assam in tea production?
Answer:- Tinsukia, Dibrugarh, Sibsagar, Charideo, Jorhat, Golaghat, Nagaon,
Bishwanath and Sonitpur.
10. When was a Tea Research Center established at Toklai, Jorhat?
Answer: In 1911.
11. What is the name of the oldest and largest tea research center in the world?
Answer: Toklai tea research.
12. When was the 'Instant Tea Project' started at Toklai Tea Research Centre?
Answer:- In 1974.
13) What does 'Instant Tea' mean?
Answer:- A golden colored powder made from the leaves of the tea tree, which is easily mixed with hot or cold water.
14. When and by whom was tea wine invented?
Answer:- In 2017 . Scientist Dr. Prashant Dutta.
15. When was the Tea Auction Center established in Guwahati?
Answer: On 25 September 1970.
16. When was the second largest CTC Tea Auction Center in the world established in Guwahati?
Answer: On 25 September 1970.
17. When was the second tea auction center opened in Jorhat?
Answer:- May 20, 2020.
18. What was the total tea production of Assam in 2020?
Answer: 5,14,033 metric tonnes.
19. What percentage of the total population of Assam depends on the tea industry?
Answer:- 50%.
20. Which state in India was the first to start crude oil based industry?
Answer:- In Assam.
21. When was the first crude oil discovered in Assam?
Answer: In 1889. Digboi crude oil.
22. What is the name of the oldest refinery in India in Assam?
Answer:- Digboi.
23. When was the Digboi Refinery opened?
Answer:- In 1901.
24. When was the renewal process of Digboi Refinery started?
Answer: In 1923.
25. What is the name of the oldest operational oil refinery in the world today?
Answer:- Digboi.
26. What is the name of the first public sector refinery in India?
Answer:- Nunmati Refinery, Guwahati.
27. What is the name of the second refinery in Assam?
Answer: Guwahati Nunmati Refinery.
28. When was the Guwahati Nunmati Refinery dedicated?
Answer: On 1 January 1962. (Prime Minister Jawaharlal Nehru addressed the nation.)
29. What is the annual treatment capacity of Nunmati Refinery?
Answer:- 8.5 lakh.
30. When was the foundation stone of the third refinery in Assam laid?
Answer:- On 29 January 1972. Prime Minister Indira Gandhi.( In Dhaligaon near Bangalore (in Chirang district).
31. When was the third refinery in Assam registered?
Answer: On 20 February 1974.
32. When was the third refinery in Assam commissioned?
Answer:- In 1979.
33. What is the full form of BRPL?
Answer:- Bongaigaon Refinery and Petrochemical Limited.
34. When was the foundation stone of the Fourth Refinery of Assam laid?
Answer:- 3 July 1992. (In Numaligarh, Golaghat district.)
35. Which refinery in Assam is called 'Assam Agreement Refinery'?
Answer:- Numaligarh Refinery.(NRL).
36. When was the Numaligarh Refinery inaugurated?
Answer: On 9 July 1999. Prime Minister Atal Bihari Vajpayee.
37. When was the Numaligarh Refinery, the largest wax project in India, inaugurated?
Answer: On 5th February 2016.
38. Which Prime Minister of India inaugurated the first gas cracker project in Assam at Lepetkata in Dibrugarh district?
Answer: Narendra Modi. (On 5 February 2016).
39. Limestone is found in which districts of Assam?
Limestone is found in Garmpani-Umrangsu in Dima Hasao district and Diphu-Bokajan in Karbi Anglong district.
40. What is the name of the largest cement factory in Assam?
Answer:- Bokajan in Karbi Anglong district.
41. When was the Bokajan Cement Factory started?
Answer:- In 1977.
42. What is the name of the only large fertilizer factory in Assam?
Answer:- Namrup.
43. When was the fertilizer factory of Assam State Fertilizer and Chemical Limited established at Chandrapur near Guwahati?
Answer: In 1962.
44. When was the first Chenical established in Assam?
Answer:- In 1955 in the cooperative sector in Baruabamun village of Golaghat district. Production began in 1958.
45. When was the Chenical established at Chargola in Karimganj district of Assam started production?
Answer:- In 1977.
46. When was the first plywood factory in Assam established?
Answer:- In 1920. (Assam Shaw Mill and Timber was established by an English firm called Bird & Company in Chabua, Tinsukia.)
47. When was a large plywood factory established by the Assam Railway and Trading Company at Margherita?
Answer: In 1925.
48. When was the Plywood Factory established in Dibrugarh?
Answer: In 1943.
49. When was a paper mill established at Yogighopa?
Answer:- In 1971. ( Ashok Paper Mills Limited.)
50. When was the paper mill established at Jagiroad in Morigaon district?
Answer:- 1985. ( Nagaon Paper Mill.)
51. When was another paper mill established by Hindustan Paper Corporation Limited at Panchgram in Hailakandi district?
Answer:- In 1981.
Revision in Assamese language.
( অসমৰ উদ্যোগ)
১) অসমৰ কৃষি নিৰ্ভৰ উদ্যোগৰ ভিতৰত প্ৰথম স্থানত আছে?
উত্তৰ:- চাহ উদ্যোগ।
২) অসমত কোনজন ইংৰাজ সামৰিক বিষয়াক চাহ আৱিস্কাৰ কৰাৰ কৃতিত্ব দিয়া হয়?
উত্তৰ:- ৰবাৰ্ট ব্ৰুচক।
৩) কেতিয়া গৱৰ্ণৰ জেনেৰেল চাহ গছৰ বাণিজ্যিক খেতি কৰাৰ সম্ভাৱনা বিচাৰ কৰি চাবলৈ এক ' চাহ কমিটী ' গঠন কৰিছিল?
উত্তৰ:- ১৮৩৪ চনৰ ২৪ জানুৱাৰীত।
৪) কেতিয়া চাহ উৎপাদন কৰিবলৈ কেইজনমান ইংৰাজ উদ্যোগী গোট খাই নাজিৰাত ' অসম কোম্পানী' মুকলি কৰিছিল?
উত্তৰ:- ১৮৪০ চনত।
৫) ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত ক'ত আটাইতকৈ বেছি চাহপাত উৎপন্ন হয়?
উত্তৰ:- অসম।
৬) ২০২০ চনৰ পৰিসংখ্যা অনুসৰি অসমত কিমানখন বাগিচা আছে?
উত্তৰ:- ১,১৯,৫২১ খন।
৭) অসমত চাহ বাগিচাসমূহৰ মুঠ কৃষি ভূমিৰ পৰিমাণ কিমান?
উত্তৰ:- ৩,৪৩,২৫৬ হেক্টৰ।
৮) অসমৰ কত চাহ খেতি কৰা হয়?
উত্তৰ:- ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত।
৯) চাহ উৎপাদনৰ ক্ষেত্ৰ অগ্ৰণী অসমৰ কেইখনমান জিলাৰ নাম লিখা?
উত্তৰ:- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ,চৰাইদেউ,যোৰহাট,গোলাঘাট,নগাঁও,
বিশ্বনাথ আৰু শোণিতপুৰ।
১০) কেতিয়া যোৰহাটৰ টোকলাইত এক চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনত।
১১) পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি?
উত্তৰ:- টোকলাই চাহ গৱেষণা।
১২) কেতিয়া টোকলাই চাহ গৱেষণা কেন্দ্ৰত ' ইন্সটেণ্ট টী প্ৰজেক্ট' আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৭৪ চনত।
১৩)' ইন্সটেণ্ট টী ' মানে কি?
উত্তৰ:- চাহগছৰ পাতৰ পৰাই প্ৰস্তুত কৰা এবিধ সোণালী বৰণৰ পাউডাৰ , যি গৰম বা ঠাণ্ডা পানীত সহজে মিশ্ৰিত হয়।
১৪) কেতিয়া টি ৱাইন উদ্ভাৱন কৰিছিল আৰু কোনে?
উত্তৰ:- ২০১৭ চনত। বিজ্ঞানী ড: প্ৰশান্ত দত্ত।
১৫) গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপন কৰিছিল?
উত্তৰ:- ১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত।
১৬) পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ চি টি চি চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত।
১৭) কেতিয়া যোৰহাটত দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ মুকলি কৰা হৈছিল?
উত্তৰ:- ২০২০ চনৰ ২০ মে'ত।
১৮) ২০২০ চনত অসমৰ মুঠ চাহ উৎপাদনৰ পৰিমান কিমান আছিল?
উত্তৰ:- ৫,১৪,০৩৩ মেট্ৰিক টন।
১৯) অসমৰ মুঠ কিমান শতাংশ জনসংখ্যাৰ চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ:- ৫০%.
২০) খাৰুৱা তেল ভিত্তিক উদ্যোগ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত প্ৰথম আৰম্ভ কৰা হৈছিল?
উত্তৰ:- অসমত।
২১) অসমৰ প্ৰথম খাৰুৱাতেল কেতিয়া আৱিস্কাৰ কৰা হৈছিল?
উত্তৰ:- ১৮৮৯ চনত । ডিগবৈ খাৰুৱা তেল।
২২) অসমত ভাৰতৰ আটাইতকৈ পুৰণি শোধানাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ।
২৩) ডিগবৈ শোধনাগাৰ কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।
২৪) কেতিয়াৰ পৰা ডিগবৈ শোধনাগাৰ নবীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯২৩ চনৰ পৰা।
২৫) বৰ্ত্তমান পৃথিবীৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ।
২৬) ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথম শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- গুৱাহাটীৰ নুনমাটি শোধনাগাৰ।
২৭) অসমৰ দ্বিতীয় শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- গুৱাহাটী নুনমাটি শোধনাগাৰ।
২৮) গুৱাহাটী নুনমাটি শোধনাগাৰ কেতিয়া উচৰ্গা কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনৰ ১ জানুৱাৰীত।(প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে জাতিৰ উদ্দেশে ।)
২৯) নুনমাটি শোধনাগাৰ বাৰ্ষিক শোধন ক্ষমতা কিমান?
উত্তৰ:- ৮.৫ লাখ।
৩০) অসমৰ তৃতীয়টো শোধনাগাৰ কেতিয়া আধাৰশিলা স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭২ চনৰ ২৯ জানুৱাৰীত।প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে।( বঙাইগাঁৱৰ ওচৰৰ ঢালিগাঁৱত (চিৰাং জিলাত)।
৩১) অসমৰ তৃতীয় শোধনাগাৰ কেতিয়া পঞ্জীয়ন কৰা হৈছিল?
উত্তৰ:- ১৯৭৪ চনৰ ২০ ফেব্ৰুৱাৰীত।
৩২) অসমৰ তৃতীয় শোধনাগাৰ কেতিয়া কাৰ্যক্ষম কৰা হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।
৩৩) BRPL ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ:- Bongaigaon Refinery and Petrochemical Limited.
৩৪) অসমৰ চৰ্তুথ শোধনাগাৰ কেতিয়া আধাৰশিলা স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৯২ চনৰ ৩ জুলাইত।(গোলাঘাট জিলাৰ নুমলিগড়ত।)
৩৫) অসমৰ কোনটো শোধনাগাৰক 'অসম চুক্তি শোধনাগাৰ ' বুলি কোৱা হয়?
উত্তৰ:- নুমলীগড়ৰ শোধনাগাৰ।(NRL
৩৬) কেতিয়া নুমলীগড় শোধনাগাৰ উদ্বোধন কৰা হৈছিল?
উত্তৰ:- ১৯৯৯ চনৰ ৯ জুলাইত। প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী।
৩৭) কেতিয়া নুমলীগড় শোধনাগাৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ মম প্ৰকল্প উদ্বোধন কৰা হৈছিল?
উত্তৰ:- ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত।
৩৮) ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী ডিব্ৰুগড় জিলাৰ লেপেটকটাত অসমৰ প্ৰথমটো গেছ ক্ৰেকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছিল?
উত্তৰ:- নৰেন্দ্ৰ মোদী।(২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত)।
৩৯) অসমৰ কোনবোৰ জিলাত চূণশিল পোৱা যায়?
উত্তৰ:- ডিমা হাছাও জিলাৰ গৰমপানী-উমৰাংছু, কাৰ্বি আংলং জিলাৰ ডিফু-বোকাজানত যথেষ্ট চূণশিল পোৱা যায়।
৪০) অসমৰ ভিতৰতে ডাঙৰ চিমেন্ট ফেক্টৰীটোৰ নাম কি?
উত্তৰ:- কাৰ্বি আলং জিলাৰ বোকাজান।
৪১) কেতিয়াৰ পৰা বোকাজান চিমেণ্ট ফেক্টৰী উৎপাদন আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৭৭ চনত।
৪২) অসমৰ একমাত্ৰ বৃহৎ সাৰ কাৰখানাটোৰ নাম কি?
উত্তৰ:- নামৰূপ।
৪৩) গুৱাহাটীৰ ওচৰৰ চন্দ্ৰপুৰত আছাম ষ্টেট ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড নামৰ সাৰ কাৰখানা কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
৪৪) কেতিয়া অসমৰ প্ৰথমটো চেনিকল স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫৫ চনত গোলাঘাট জিলাৰ বৰুৱাবামুণ গাঁৱত সমবায় খণ্ডত। ১৯৫৮ চনৰ পৰা উৎপাদন আৰম্ভ কৰা হৈছিল।
৪৫) অসমৰ কৰিমগঞ্জ জিলাৰ চাৰগোলাত স্থাপন কৰা চেনিকল কেতিয়াৰ পৰা উৎপাদন আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৭৭ চনত।
৪৬) কেতিয়া অসমৰ প্ৰথমটো প্লাইউড ফেক্টৰী প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯২০ চনত।(তিনিচুকীয়াৰ চাবুৱাত বাৰ্ড এণ্ড কোম্পানী নামৰ ইংৰাজ প্ৰতিষ্ঠান এটাই আছাম শ্ব মিল এণ্ড টিম্বাৰ ।)
৪৭) কেতিয়া আছাম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে মাৰ্ঘেৰিটাত এটা ডাঙৰ প্লাইউড ফেক্টৰী স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯২৫ চনত।
৪৮) ডিব্ৰুগড়ত কেতিয়া প্লাইউড ফেক্টৰী স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৪৩ চনত।
৪৯) কেতিয়া যোগীঘোপাত এক কাগজ কল স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭১ চনত।( অশোক পেপাৰ মিলছ লিমিটেড।)
৫০) কেতিয়া মৰিগাঁও জিলাৰ জাগীৰোডত কাগজ কল স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮৫ চনত।( নগাঁও পেপাৰ মিল।)
৫১) কেতিয়া হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেডে আন এটা কাগজ কল স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮১ চনত।
0 Comments
Comment only if you don't understand.Request you not to give bad comments.