Subscribe Us

header ads

Assam GK॥General knowledge of Agriculture in Assam॥Assam TET,PNRD,APDCL,CTET,APSC,UPSC and Other competitive exams.

 (General Knowledge of Agriculture in Assam.)  English and Assamese language.

Agriculture in Assam
Agriculture GK in Assam.

1) About what percentage of the population in Assam is agricultural?

 Answer:- 63%

 2) What is the main food crop of Assam?

 Answer:- Rice.

 3) About how many lakhs of land is cultivated in Assam as per 2017-18?

 Answer: 40.87 lakh hectares.

 4. What percentage of food crops are cultivated in Assam?

 Answer:- 79%

 5. How many hectares of land is cultivated with paddy in Assam?

 Answer: 25 lakhs.

 6. What was the total food crop produced in Assam in 2017-18?

 Answer: 55.23 lakh tonnes.

 7. What is the approximate area of ​​paddy cultivation in Assam?

 Answer:- 24.25 hectares.

 8. Which districts of Assam are the most cultivated with paddy?

 Answer:- Brahmaputra and Barak valleys.

 9. In which month of the year is Rabi crop grown?

 Answer: November to March.

 10. Which districts of Assam are the main cultivators of wheat?

 Answer:- Kamrup, Nalbari, Barpeta and Dhubri districts.

11. In which year was the highest production of wheat in Assam?

 Answer:- In 1984-85.(1,54,800 tonnes).

 12. In which districts of Assam is paddy maize mainly grown?

 Answer:- In Karbi Anglong and North Kachar districts.

 13. Soybean is grown in which districts of Assam?

 Answer:- Karbi Anglong , Morigaon and Barpeta.

 14. What is obtained from sunflower?

 Answer: Eating oil.

 15. Who was the first to dream of producing jute in Assam?

 Answer: Lord Curzon.

 16. What was one of the objectives of Lord Curzon's policy of partition of Bengal?

 Answer: Increase the agricultural area under Jute production.

 17. What is the ranking of Assam in jute production in India?

 Answer: Number two.

 18. Assam ranks among the North East India in terms of cotton production?

 Answer: Second place.

 19. Which district is leading in banana production in Assam?

 Answer:- Goalpara and Kamrup districts.

 20. Where in Assam is the high quality and expensive banana called Malbhag produced in large quantities?

 Answer:- In the western part of Shaigaon in Kamrup district.

 21. How many significant rubber plantations are there in Assam at present (by 2022)?

 Answer: 15 countries.

 22. Which region of Assam is suitable for coffee cultivation?

 Answer:- Mountainous slopes.

 23. Most of the coffee plantations in Assam are located in which district?

 Answer:- In Karbi Anglong and Dima Hasao districts.

 24. Which produces the highest quantity of potatoes in North East India?

 Answer: Karbi Anglong and Dima Hasao.

      

      ( Revision in the Assamese language )

১) অসমত প্ৰায় কিমান শতাংশ লোক কৃষি?

উত্তৰ:- ৬৩%

২) অসমৰ প্ৰধান খাদ্য শস্য কি?

উত্তৰ:- ধান।

৩) ২০১৭-১৮ চনৰ হিচাপমতে অসমত প্ৰায় কিমান লাখ মাটিত খেতি কৰা হয়?

উত্তৰ:- ৪০.৮৭ লাখ হেক্টৰ।

৪) অসমত কিমান শতাংশ অংশত খাদ্যশস্যৰ খেতি কৰা হয়?

উত্তৰ:- ৭৯%

৫) অসমত কিমান হেক্টৰ মাটিত ধানখেতি কৰা হয়?

উত্তৰ:- ২৫ লাখ।

৬) ২০১৭-১৮ চনত অসমত উৎপাদিত মুঠ খাদ্য শস্যৰ পৰিমান কিমান আছিল?

উত্তৰ:- ৫৫.২৩ লাখ টন।

৭) অসমত ধান খেতি কৰা মাটিৰ পৰিমান প্ৰায় কিমান?

উত্তৰ:- ২৪.২৫ হেক্টৰ।

৮) অসমত কোনবোৰ জিলাত যথেষ্ট পৰিমাণে ধান খেতি কৰা হয়?

উত্তৰ:- ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ।

৯) বছৰৰ কোনটো মাহত ৰবি শস্য হিচাপে খেতি কৰা হয়?

উত্তৰ:- নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ ।

১০) অসমৰ কোনবোৰ জিলাত প্ৰায় ঘেঁহু খেতি কৰা হয়?

উত্তৰ:- কামৰূপ, নলবাৰী, বৰপেটা আৰু ধুবুৰী জিলা।

১১) অসমত ঘেঁহুৰ ক্ষেত্ৰত সৰ্বোচ্চ কোন চনত উৎপাদন হৈছিল?

উত্তৰ:- ১৯৮৪-৮৫ চনত।(১,৫৪,৮০০ টন)।

১২) অসমত কোনবোৰ জিলাত মূলত: গোমধান মাকৈ খেতি কৰা হয়?

উত্তৰ:- কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাত।

১৩) অসমৰ কোনবোৰ জিলাত ছয়াবিন খেতি কৰা হয়?

উত্তৰ:- কাৰ্বি আংলং , মৰিগাঁও আৰু বৰপেটা।

১৪) ছানফ্লাৱাৰ বা সূৰ্যমুখী ফুলৰ পৰা কি পোৱা যায়?

উত্তৰ:- খোৱা টেল।

১৫) অসমত পোন প্ৰথমে কোনে মৰাপাট খেতি উৎপাদন কৰাৰ সপোন দেখিছিল?

উত্তৰ:- লৰ্ড কাৰ্জনে।

১৬) লৰ্ড কাৰ্জনৰ বংগ বিভাজন নীতিৰ অন্যতম অভিসন্ধি কি আছিল?

উত্তৰ:- মৰাপাট উৎপাদিত কৃষিভূমি বৃদ্ধি কৰা।

১৭) মৰাপাট উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান নম্বৰ?

উত্তৰ:- দুই নম্বৰ।

১৮) কপাহ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত অসমৰ স্থান?

উত্তৰ:- দ্বিতীয় স্থান।

১৯) অসমত কল উৎপাদনৰ ক্ষেত্ৰত কোনখন জিলা আগবাঢ়ি আছে?

উত্তৰ:- গোৱালপাৰা আৰু কামৰূপ জিলা।

২০) অসমত কত যথেষ্ট মালভোগ নামৰ উচ্চমানৰ আৰু দামী কলবিধ যথেষ্ট পৰিমাণে উৎপাদন হয়?

উত্তৰ:- কামৰূপ জিলাৰ ছয়গাঁৱৰ পশ্চিম অংশত।

২১) বৰ্ত্তমান (২০২২ চনলৈ) অসমত উল্লেখযোগ্য কিমানখন ৰবৰ বাগিছা আছে?

উত্তৰ:- ১৫ খন।

২২) অসমৰ কোনটো অঞ্চলত কফি খেতি উপযুক্ত?

উত্তৰ:- পাহাৰীয়া এঢলীয়া অঞ্চল ।

২৩) অসমত বেছিভাগ কফি বাগিছা কোনখন জিলাত অৱস্থিত?

উত্তৰ:- কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত।

২৪) উত্তৰ-পূব ভাৰতৰ ভিতৰত ক'ত সৰ্বোচ্চ পৰিমানৰ আলু উৎপাদন কৰে?

উত্তৰ:- কাৰ্বি আংলং আৰু ডিমা হাছাও।

Other Gk Click here:- https://realtigerconcept.blogspot.com/2022/11/Assam-GK-State-Administrations-Assam-TET-PNRD-APDCL-APSC-UPSC-other-competitive-exam-GK.html

Post a Comment

0 Comments