Assam General Knowledge.Assam TET , APDCL , PNRD , DHS , APSC , UPSC and others competitive exam.
১) আছাম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানী লিমিটেডৰ উদ্যোগত ডিব্ৰুগড় জাহাজঘাটৰ পৰা মাকুম কয়লা খনিলৈকে কেতিয়া ৰে'লপথ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৮৮১ চনত।
২) ডিব্ৰুগড় জাহাজঘাটৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথমটো ৰে'ল ইঞ্জিন চলাচল কেতিয়া হৈছিল?
উত্তৰ:- ১ মে', ১৮৮২ চনত।
৩) ডিব্ৰুগড় জাহাজঘাটৰ পৰা দিনজানলৈকে পৰীক্ষামূলকভাৱে মালবাহী ৰে'লৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৫ আগষ্ট,১৮৮২ চনত।
৪) ডিব্ৰুগড় জাহাজঘাটৰ পৰা চাবুৱালৈকে পৰীক্ষামূলকভাৱে মালবাহী ৰে'লৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২৩ ডিচেম্ভৰ , ১৮৮২ চনত।
৫) ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে যাত্ৰীবাহী ৰে'লৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৮ ফেব্ৰুৱাৰী,১৮৮৪ চনত।
৬) আছাম-বেংগল ৰে'লৱে কোম্পানী কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৮৯২ চনত।
৭) গোলকগঞ্জ-ধুবুৰী-আমিনগাঁও,ৰঙাপাৰা-ৰঙিয়া ৰে'লপথ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৯০০-১৯১০ চনত।(ভাৰতৰ আন ঠাইৰ লগত অসমৰ পৰা ৰে'ল সংযোগ আছিল সেয়াই প্ৰথম।
৮) আছাম-বেংগল ৰে'লৱে ইংৰাজ চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰি নতুনকৈ বেংগল-আছাম ৰে'লৱে কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:-১৯৪২ চনত।
৯) বেংগল-আছাম ৰে'লৱেৰ বিভাজন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৪৭ চনত।
১০) বিহাৰৰ কিষাণগঞ্জ আৰু অসমৰ ফকিৰগ্ৰামৰ মাজত প্ৰথম যাত্ৰীবাহী ৰে'লৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২৬ জানুৱাৰী, ১৯৫০ চনত।
১১) ভাৰতত চলি থকা সকলো ৰে'ল কোম্পানীক একগোট কৰি সামূহিকভাৱে ভাৰতীয় ৰে'ল বুলি কেতিয়া নামকৰণ কৰা হৈছিল?
উত্তৰ:- ১৯৫১ চনত।
১২) উত্তৰ-পূব সীমান্ত ৰে'লৱে কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৫ জানুৱাৰী,১৯৫৮ চনত।
১৩) অসমৰ নিউ বঙাইগাঁৱলৈকে ব্ৰডগজ ৰে'লসেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ৩ মে', ১৯৬৫ চনত।
১৪) গুৱাহাটীলৈকে ব্ৰডগজ ৰে'লসেৱা সম্প্ৰসাৰণ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ২৪ এপ্ৰিল , ১৯৮৪ চনত।
১৫) গুৱাহাটী ৰে'ল ষ্টেচনত কম্পিউটাৰযোগে প্ৰথম শ্ৰেণীৰ টিকট আগতীয়াকৈ আৰক্ষণৰ ব্যৱস্থা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২২ মাৰ্চ, ১৯৯১ চনত।
১৬) গুৱাহাটীত পূৰ্ণ পৰ্যায়ৰ কম্পিউটাৰযোগে সকলো শ্ৰেণীৰ টিকট আগতীয়াকৈ আৰক্ষণ ব্যৱস্থা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২৭ আগষ্ট , ১৯৯২ চনত।
১৭) লামডিঙলৈ ব্ৰডগজ ৰে'লসেৱা সম্প্ৰসাৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৩ এপ্ৰিল , ১৯৯৪ চনত।
১৮) অসমৰ (গুৱাহাটী) পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ৬ জুলাই , ১৯৯৪ চনত।
১৯) অসমৰ ৰে'লপথৰ পৰা ভাপ ইঞ্জিনে টনা ৰে'লৰ চিৰবিদায় কেতিয়া হৈছিল?
উত্তৰ:- ১৯৯৭ চনত।
২০) ডিব্ৰুগড়লৈকে ব্ৰডগজ ৰে'লসেৱা সম্প্ৰসাৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৯ মে,' ১৯৯৭ চনত।
২১) ডিব্ৰুগড়-গুৱাহাটীৰ মাজত শতাব্দী এক্সপ্ৰেছৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ৩০ এপ্ৰিল , ২০১৭ চনত।
২২) কেতিয়াৰ পৰা অসমত শতাব্দী ৰে'লৰ সেৱা ( ডিব্ৰুগড় - গুৱাহাটী) আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০১৭ চনৰ ৩০ এপ্ৰিল।
২৩) কেতিয়া ইংৰাজে গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰায় ৯৬০ কিলোমিটাৰ দূৰত্বৰ জলপথত প্ৰথমবাৰৰ বাবে জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছিল?
উত্তৰ:- ১৮৪৭ চনত।
২৪) কেতিয়া ' ইণ্ডিয়ান জেনেৰেল ষ্টিম নেভিগেছন'( IGSN: Indian General Steam Navigation) কোম্পানীয়ে অসমলৈ ব্ৰহ্মপুত্ৰৰে নিয়মিত জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছিল?
উত্তৰ:- ১৮৬১ চনত।
২৫) কেতিয়াৰ পৰা জাহাজৰ চলাচল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে সম্প্ৰসাৰণ কৰা হৈছিল?
উত্তৰ:- ১৮৫৬ চনত।
২৬) কেতিয়াৰ পৰা দক্ষিণ অসমৰ বৰাক আৰু সুৰমা নৈত কলকাতা আৰু ঢাকাৰ মাজত জাহাজ চলাচল আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৮৫০ চনত।
২৭) কেতিয়া ভাৰতৰ ভিতৰত প্ৰথম জাপানী আৰ্হিৰ ডিজেলচালিত এখন ফেৰী ' পানচৈ' গুৱাহাটীৰ উজান বজাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল?
উত্তৰ:- ১৯৬৮ চনৰ ১৫ ছেপ্টেম্বৰ।
২৮) কেতিয়া অসম ডাক চক্ৰ গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৮৮ চনত।
২৯) অসম চক্ৰৰ মুখ্য বিষয় কোন?
উত্তৰ:- চিফ পোষ্টমাষ্টাৰ জেনেৰেল।
৩০) ডিব্ৰুগড় চক্ৰৰ মুখ্য বিষয়া কোন?
উত্তৰ:- পোষ্টমাষ্টাৰ জেনেৰেল।
৩১) কেতিয়া গুৱাহাটী প্ৰধান ডাকঘৰত প্ৰথমবাৰৰ বাবে নৈশ ডাকঘৰ মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৬৯ চনৰ ৮ জানুৱাৰীত।( নৈশ ডাকঘৰটো মুকলি কৰে ৰাধাগোবিন্দ বৰুৱাই।)
৩২) BSNL কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৮৭ চনত।
৩৩) কেতিয়াৰ পৰা অসমকে ধৰি সমগ্ৰ ভাৰততে এয়াৰচেলৰ সেৱা বন্ধ কৰি দিয়া হৈছিল?
উত্তৰ:- ২০১৮ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা।
৩৪) কেতিয়া কলকাতা অনাতাঁৰ কেন্দ্ৰৰ পৰা নিতৌ আধা-ঘণ্টাকৈ অসমীয়া অনুষ্ঠান প্ৰচাৰ কৰা হৈছিল?
উত্তৰ:- ১৯৪৩ চনৰ ৭ জুলাইত।
৩৫) শ্বিলং-গুৱাহাটী ৰেডিঅ' কেন্দ্ৰৰ প্ৰথম কেন্দ্ৰ সঞ্চালক কোন আছিল?
উত্তৰ:- মেহেৰা মাছানী।
৩৬) অসমত আকাশবাণীৰ কেন্দ্ৰ গুৱাহাটীত কেতিয়া স্থাপিত কৰিছিল?
উত্তৰ:- ০১.০৭.১৯৪৮ চনত।
৩৭) অসমত আকাশবাণীৰ কেন্দ্ৰ ডিব্ৰুগড়ত কেতিয়া স্থাপিত কৰা হৈছিল?
উত্তৰ:- ১৫.০২.১৯৬৯ চনত।
৩৮) অসমত আকাশবাণীৰ কেন্দ্ৰ ডিফুত কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ০৪.০২.১৯৯৬ চনত।
৩৯) অসমত আকাশবাণীৰ কেন্দ্ৰ তেজপুৰত স্থাপিত কৰা হৈছিল?
উত্তৰ:- ০১.০৭.২০০০.
৪০) অসমত আকাশবাণীৰ কেন্দ্ৰ কোকৰাঝাৰত কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৫.০৮.১৯৯৯ চনত।
৪১) আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি প্ৰথম কেতিয়া সম্প্ৰচাৰ কৰা হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।
৪২) আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া নাটকটোৰ নাম কি আছিল?
উত্তৰ:- সত্যপ্ৰসাদ বৰুৱাৰ ' ধৰালৈ যিদিনা নামিব সৰগ'( ৬ জুলাই , ১৯৪৮ চনত।)
৪৩) আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰথমখন সংগীতলেখা কোন আছিল?
উত্তৰ:- ভূপেন হাজৰিকা ৰচিত আৰু পৰিচালিত ' অসমীয়াৰ মাত'।( ১ জুলাই ১৯৪৮ চনত।)
৪৪) কেতিয়াৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীৰ বাবে ' বিদ্যাৰ্থীৰ অনুষ্ঠান ' নামে এক শৈক্ষিক অনুষ্ঠানৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৬০ চনৰ ১৮ এপ্ৰিলৰ পৰা।
৪৫) 'জ্ঞান তৰংগ' নামৰ ৰেডিঅ' কেতিয়া সম্প্ৰচাৰ কৰা হৈছিল?
উত্তৰ:- ২০০৯ চনৰ ২৮ জানুৱাৰীত।
৪৬) অসমৰ দ্বিতীয়টো কমিউনিটি ৰেডিঅ'ৰ সম্প্ৰচাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০১১ চনৰ ১ মাৰ্চৰ পৰা।
৪৭) ' জ্ঞান বাণী' নামৰ এক শৈক্ষিক ৰেডিঅ' চেনেল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০০২ চনৰ মাৰ্চত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে।
৪৮) ভাৰতত টেলিভিছনৰ নিয়মীয়া সম্প্ৰচাৰ কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৬৫ চনত।
৪৯) কেতিয়া গুৱাহাটীত এক টেলিভিছন কেন্দ্ৰ স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮২ চনৰ ১৯ নৱেম্বৰত।
৫০) গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত প্ৰথম অনুষ্ঠানটো কি আছিল?
উত্তৰ:- দহ মিনিটৰ বাতৰি। ( প্ৰথম বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ। ২৪ মাৰ্চ,১৯৮৫ চনত।
৫১) কেতিয়াৰ পৰা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই মনোৰঞ্জনমূলক ধাৰাবাহিকৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৯০ চনৰ ২৩ আগষ্টৰ পৰা।
৫২) অসমৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেলটোৰ নাম কি?
উত্তৰ:- NETV । ২০০৪ চনৰ ১৭ মাৰ্চত এইটো চেনেলৰ সম্প্ৰচাৰ আৰম্ভ হয়।
৫৩) কম্পিউটাৰত প্ৰথম ছপা কৰা অসমীয়া গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- ডঃ দিলীপ কুমাৰ দত্তৰ ' প্ৰেমত পৰিলো নেকি?'।( ১৯৮৭ চনত।)
৫৪) কেতিয়াৰ পৰা অসমত ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৯৬ চনৰ পৰা।
Read more.....https://realtigerconcept.blogspot.com/2022/11/Assam-GK-Assam-TET-Apdcl-Pnrd-Apsc-DHS-Upsc-and-others-competitive-exam..html
Revision in English language
1. When was the railway line from Dibrugarh Jahajghat to Makum coal mine constructed at the initiative of Assam Railway and Trading Company Limited?
Ans:- In 1881.
2. When was the first train engine running from Dibrugarh Jahajghat to Jaipur Road?
Ans:- May 1, 1882.
3. When was the operation of an experimental freight train started from Dibrugarh Jahajghat to Dinjan?
Ans:- August 15, 1882.
4. When was the pilot movement of freight train from Dibrugarh Jahajghat to Sabua started?
Ans:- December 23, in 1882.
5. When was the first time passenger trains from Dibrugarh to Margherita officially started?
Ans:- February 18, 1884.
6. When was the Assam-Bengal Railway Company formed?
Ans:- In 1892.
7. When was Golakganj-Dhubri-Amingaon, Rangapara-Rangia railway line constructed?
Ans:- In 1900-1910. (This was the first time that assam had a rail link with other parts of India.)
8. When was the Assam-Bengal Railway handed over to the British government and formed a new Bengal-Assam Railway?
Ans:- In 1942.
9. When was the Bengal-Assam Railway split formed?
Ans:- In 1947.
10. When was the first passenger train service started between Kishanganj in Bihar and Fakirgram in Assam?
Ans:- January 26, 1950.
11. When were all the railway companies operating in India collectively named indian railways together?
Answer: In 1951.
12. When was the North East Frontier Railway formed?
Ans:- January 15, 1958.
13. When was the broad gauge train service started up to New Bongaigaon in Assam?
Ans:- May 3, 1965.
14. When was the extension of broad gauge railway service up to Guwahati formed?
Ans:- April 24, 1984.
15. When was the system of pre-reservation of first class tickets through computers started at Guwahati railway station?
Ans:- On March 22, 1991.
16. When was the system of pre-reservation of tickets of all categories through full-fledged computers in Guwahati?
Ans:- August 27, 1992.
17. When was the broad gauge train service extended to Lumding?
Ans:- April 13, 1994.
18. When was rajdhani express train started from Assam (Guwahati) to Delhi?
Ans:- On July 6, 1994.
19. When was the departure of trains drawn by steam engines from railway tracks in Assam?
Ans:- In 1997.
20. When was the broad gauge train service extended up to Dibrugarh?
Ans:- May 19, 1997.
21. When was the Shatabdi Express running between Dibrugarh-Guwahati started?
Ans:- On April 30, 2017.
22. Since when was Shatabdi Train Service (Dibrugarh - Guwahati) started in Assam?
Ans:- April 30, 2017.
23. When was the British first arranged for shipping in the waterways about 960 km between Guwahati and Kolkata?
Ans:- In 1847.
24. When was the Indian General Steam Navigation (IGSN: Indian General Steam Navigation) company to provide regular shipping through the Brahmaputra to Assam?
Ans:- In 1861.
25. Since when was the ship's movement extended from Guwahati to Dibrugarh?
Ans:- In 1856.
26. Since when was ships started between Kolkata and Dhaka on barak and surma rivers of southern Assam?
Ans:- In 1850.
27. When was 'Pansai', the first Japanese-model diesel-powered ferry in India, officially inaugurated at Ujan Bazar in Guwahati?
Ans:- September 15, 1968.
28. When was the Assam Postal Circle formed?
Ans:- In 1988.
29. What is the main theme of Assam Circle?
Ans:- Chief Postmaster General.
30. Who is the Chief Officer of Dibrugarh Circle?
Ans:- Postmaster General.
31. When was the night post office opened for the first time at The Guwahati Head Post Office?
Ans:- On January 8, 1969. (The night post office was opened by Radhagobinda Barua. )
32. When was the BSNL formed?
Ans:- In 1987.
33. Since when was Aircel's services suspended across India, including Assam?
Ans:- Since February 2018.
34. When was the assamese programme broadcast for half-an-hour daily from the Kolkata Anatar Kendra?
Ans:- On July 7, 1943.
35. Who was the first Centre Director of The Shillong-Guwahati Radio Station?
Ans:- Mehra Masani.
36. When was Akashvani's centre set up in Guwahati in Assam?
Ans:- In 01.07.1948.
37. When was Akashvani's centre set up in Dibrugarh in Assam?
Ans:- In 15.02.1969.
38. When was Akashvani's station set up in Diphu in Assam?
Ans:- In 04.02.1996.
39) Akashvani's centre in Assam was set up in Tezpur?
Ans:- 01.07.2000.
40. When was Akashvani's station set up in Kokrajhar in Assam?
Ans:- In 15.08.1999.
41. When was the Assamese news first broadcast from Akashvani Guwahati Center?
Ans:- In 1948.
42. What was the name of the first Assamese play aired through Akashvani Guwahati Kendra?
Ans:- Satyaprasad Baruah's 'Dhara to The Day The Saroag' (July 6, 1948).
43. Who was the first musical record at Akashvani Guwahati Centre?
Ans:- 'Assamese Maat' written and directed by Bhupen Hazarika. (On July 1, 1948. )
44. Since when was Akashvani Guwahati Centre starting airing an educational programme called 'Student Programme' for students?
Ans:- From April 18, 1960.
45. When was the radio called 'Gyan Tarang' broadcast?
Ans:- On January 28, 2009.
46. When was the broadcast of the second community radio in Assam started from Gauhati University?
Ans:- From March 1, 2011.
47. When was 'Gyan Bani', an educational radio channel launched?
Answer: Indira Gandhi National Open University in March 2002.
48. When was the regular telecast of television started in India?
Ans:- In 1965.
49. When was a television station set up in Guwahati?
Ans:- November 19, 1982.
50. What was the first show broadcast through Guwahati Doordarshan Kendra?
Ans:- Ten minutes of news. (Pratap Bordoloi, the first reader of the news. On March 24, 1985.
51. Since when did Guwahati Doordarshan Kendra start airing entertaining serials?
Ans:- From August 23, 1990.
52. What is the name of assam's first private TV channel?
Ans:- NETV. The channel started airing on March 17, 2004.
53. What is the name of the first Assamese book printed on a computer?
Ans:- Dr. Dilip Kumar Dutta's 'Did I fall in love?' (In 1987. )
54. Since when was the use of internet started in Assam?
Ans:- Since 1996.
Read more.....https://realtigerconcept.blogspot.com/2022/11/Assam-GK-Assam-TET-Apdcl-Pnrd-Apsc-DHS-Upsc-and-others-competitive-exam..html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.