Assam GK ॥ ASSAM TET, APDCL , DHS , PNRD , APSC , UPSC and others competitive exam.
Assam GK॥ APSC, PNRD, ASSAM TET,APDCL,UPSC and others ccompetitive exam. |
1. What is the brown cloth of Assam called?
Ans:- 'Golden Silk'.
2. When was the system of extracting fragrant oil from sanchi trees started at Naharni in Golaghat district?
Answer: In 1951.
3. What department has been opened by the Government of Assam to make the bamboo industry ?
Ans:- 'Bamboo and Can Industry.
4. When was barpeta's 'Agti Fireworks Industry' registered in Assam?
Ans:- In 1910.
5) Write the names of the states adjoining assam's fireworks?
Ans:- Arunachal Pradesh, Nagaland, Manipur, Meghalaya, West Bengal etc.
6. When was the Veterinary Department opened in Assam with Sir William Harris as superintendent in the British rule?
Ans:- In 1912.
7) When was the first veterinary college in Assam and the North-East established?
Answer: In 1950. in Nagaon district. It was established permanently at Khanapara in Guwahati in 1960 and in 1965 the institute came under Gauhati University. It was brought under the purview of The Assam Agricultural University in 1969.
8) Write the full form of SDP?
Ans:- State Domestic Product.
9. What is meant by State Domestic Product (SDP) of Assam?
Ans:- Income earned within the geographical boundaries of Assam is the state domestic product of Assam.
10. When was the National Planning Commission set up in India?
Ans:- On March 15, 1950.
11. When was the first five-year plan draft published in India?
Answer: In 1951.
12. When was the first planning scheme launched in India?
Answer:- In December 1952.
13. When was the first Five Year Plan work started in Assam?
Answer: In 1951.
14. When was the second Five Year Plan launched in Assam?
Ans:- In 1956.
15. When was the second plan concluded in Assam?
Ans:- In 1961.
16. When was the Third Five Year Plan launched in Assam?
Ans:- In 1961.
17. When was the 11th Five Year Plan launched in Assam?
Ans:- In 2007.
18. When was the 12th Five Year Plan launched in Assam?
Ans:- On April 1, 2012.
19. When was niti aayog set up?
Ans:- On January 1, 2015.
20) Write the full form of NITI AAYOG?
Ans:- National Instititution for Transforming India.
21. When was the Assam State Electricity Board formed?
Ans:- In 1958.
22. When was the Assam State Electricity Board divided into five parts?
Ans:- In 1956. 1) Assam Electricity Grid Corporation Limited (Assam Electricity Grid Corporation Limited. AEGCL for short).
2) Assam Power Generation Corporation Limited (APGCL.)
3) Namni Assam Power Distribution Company Limited (LOWER ASSAM Electricity Distribution Company Limited).
4) Upper Assam Electricity Distribution Company Limited. UAEDCL for short).
5. Central Assam Electricity Distribution Company Limited. CAEDCL for short).
23. When was a company called APDCL formed?
Ans:- On October 23, 2009. ( APDCL has been formed by logging ( UAEDCL , CAEDCL and LAEDCL in Assam Power Distribution Company Limited.abbreviated APDCL.
24. When did the construction of The Assam Trunk Road begin?
Ans:- 1863.
25. When was the Guwahati-Shillong road constructed?
Ans:- In 1877.
26. When was the first passenger bus introduced between Jorhat and Jhanji?
Ans:- In 1922.
27. When was assam's first city bus service started in Guwahati?
Ans:- In 1946.
28. When was the government bus service for state transport started in eight buses?
Ans:- On January 16, 1948. (On Guwahati-Nagaon road).
29. When was the State Transport Corporation constituted?
Ans:- September 27, 1948.
30. When was the system of reservation of 8 seats each for women started in Guwahati's Citybus?
Ans:- On January 1, 1968.
31. When was the first night bus service started in Assam?
Answer: In 1979.
32. When was the state-of-the-art Volvo buses introduced in Assam?
Ans: February 7, 2005. 3
33) Write the full form of ISBT?
Ans:- Inter State Bus Terminus.
34. When was the foundation stone of Sharaighat Bridge laid?
Ans:- On January 10, 1960.
35. When was the railway track of Sharaighat bridge opened?
Ans:- In 1962.
36. When was sharaighat bridge officially inaugurated by Prime Minister Jawaharlal Nehru?
Ans:- On June 7, 1963.
37. What is the name of the bridge built over the first Brahmaputra in Assam?
Ans:- Sharaighat Bridge.
38. What is the name of the second bridge in Assam to be built on the Brahmaputra?
Ans:- Kaliabhomora Bridge.
39. When was the Kaliabhomora bridge opened?
Ans:- On April 14, 1987.
40. What is the name of the third bridge in Assam to be built on the Brahmaputra?
Ans:- Naranarayan Bridge.
41. When was the Naranarayan Bridge bridge officially inaugurated?
Ans:- On April 15, 1998. Prime Minister Atal Bihari Vajpayee.
42. When was the foundation stone laid for the Bogibeel Bridge?
Ans:- On January 22, 1997.
43. When was the Bogibeel bridge opened?
Ans:- On December 25, 2018. (Construction began on April 21, 2002.) )
44. What is the length of the Bogibeel bridge?
Ans:- 4.94 km (3.07 mi). ).
45) What is the cost of construction of Bogibeel bridge?
Ans:- Rs 4,857 crore.
46) What is the length of the Naranarayan Bridge bridge?
Ans:- 2.3 km. (Rs 301 crore spent. )
47) What is the length of the Kaliavomora bridge?
Ans:- 3.05 km. (Rs 89 crore. )
48. Where is the Kaliabhomora Bridge located?
Ans:- It is about three kilometers east of Tezpur.
49. On which highway is the Kaliabhomora bridge connected?
Ans:- Connecting National Highway 52 on the north bank of brahmaputra and national highway 37 on the south bank.
50. Bogibeel Bridge is connected to which highway?
Ans:- National Highway 52 (Chisibor village) in Dhemaji district on the north bank connects National Highway 37 (Chaulkhowa village) in Dibrugarh district on the south bank.
51. Where is the Sharaighat Bridge located?
Ans:- About 10 km from Guwahati city.
52. What is the length of the Sharaighat bridge?
Ans:- 1,295 meters (1.29 km). Rs 10 crore 65 lakh spent.
53. Which highway is connected by the Sharaighat bridge?
Ans:- National Highway 31 and 37.
54. When was the second Sharaighat bridge opened?
Ans:- On January 29, 2017. (Rs 475 crore. The 1,493.58 metres is about 1.5 km).
Read more....click here...https://realtigerconcept.blogspot.com/2022/11/Assam-GK-Industry-of-Assam-Apdcl-Pnrd-Dhs-Apsc-Upsc-Assam-TET-and-other-competitive-exam..html
Revision in Assamese language
১) অসমৰ মূগা কাপোৰক কি বুলি কোৱা হয়?
উত্তৰ:- ' গোল্ডেন ছিল্ক'।
২) কেতিয়া গোলাঘাট জিলাৰ নাহৰণিত সাঁচি গছৰ পৰা সুগন্ধি তেল নিষ্কাষণৰ প্ৰণালী আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৫১ চনত।
৩) বাঁ-বেতৰ শিল্পক উদ্যোগ হিচাপে গঢ় দিবৰ অসম চৰকাৰে কি বিভাগ মুকলি কৰা হৈছে?
উত্তৰ:- ' বেম্বো এণ্ড কেন ইণ্ডাষ্ট্ৰী।
৪) অসমত বৰপেটাৰ ' আগতী আতচবাজী উদ্যোগ' কেতিয়া পঞ্জীয়নকৃত কৰা হৈছিল?
উত্তৰ:- ১৯১০ চনত।
৫) অসমৰ আতচবাজী কাষৰীয়া ৰাজ্যসমূহৰ নাম লিখা?
উত্তৰ:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড , মণিপুৰ , মেঘালয় , পশ্চিমবংগ আদি।
৬) ইংৰাজৰ আমোলত কেতিয়া ছাৰ উইলিয়াম হেৰিচক অধীক্ষক হিচাপে লৈ অসমত পশু চিকিৎসা বিভাগ মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯১২ চনত।
৭) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনত । নগাঁৱত জিলাত। ১৯৬০ চনত ইয়াক গুৱাহাটীৰ খানাপাৰাত স্থায়ীভাৱে স্থাপন কৰা হয় আৰু ১৯৬৫ চনত শিক্ষায়তনখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। ১৯৬৯ চনত ইয়াক অসম কৃষি বিশ্ববিদ্যালয়ৰ আওতালৈ অনা হয়।
৮) SDP ৰ সম্পূৰ্ণ ৰূপটো লিখা?
উত্তৰ:- State Domestic Product.
৯) অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন (SDP) মানে কি?
উত্তৰ:- অসমৰ ভৌগোলিক সীমাৰ ভিতৰত উপাৰ্জিত আয়েই হৈছে অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন।
১০) ভাৰতত কেতিয়া জাতীয় পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনৰ ১৫ মাৰ্চত।
১১) ভাৰতত কেতিয়া প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা খচৰা প্ৰকাশ কৰা হৈছিল?
উত্তৰ:- ১৯৫১ চনত।
১২) ভাৰতবৰ্ষত কেতিয়া প্ৰথম পৰিকল্পনা আঁচনি ৰূপায়ণ আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনতৰ ডিচেম্বৰত।
১৩) কেতিয়া অসমত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কাম আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৫১ চনত।
১৪) কেতিয়া অসমত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৫৬ চনত।
১৫) কেতিয়া অসমত দ্বিতীয় পৰিকল্পনা সামৰণি পৰা হৈছিল?
উত্তৰ:- ১৯৬১ চনত।
১৬) কেতিয়া অসমত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৬১ চনত।
১৭) অসমত কেতিয়া একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০০৭ চনত।
১৮) অসমত কেতিয়া দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০১২ চনৰ ১ এপ্ৰিলত।
১৯) কেতিয়া নীতি আয়োগ গঠন কৰা হৈছে?
উত্তৰ:- ২০১৫ চনৰ ১ জানুৱাৰীত।
২০) NITI AAYOG ৰ সম্পূৰ্ণ ৰূপটো লিখা?
উত্তৰ:- National Instititution for Transforming India.
২১) অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ( Assam State Electricity Board) কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৫৮ চনত।
২২) কেতিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পাঁচ ভাগত বিভক্ত কৰা হৈছিল?
উত্তৰ:- ১৯৫৬ চনত। ১) অসম বিদ্যুৎ গ্ৰিড নিগম লিমিটেড ( Assam Electricity Grid Corporation Limited. সংক্ষেপে AEGCL).
২) অসম শক্তি উৎপাদন নিগম লিমিটেড (Assam Power Generation Corporation Limited.সক্ষেপে APGCL.)
৩) নামনি অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড ( Lower Assam Electricity Distribution Company Limited. সক্ষেপে LAEDCL).
৪) উজনি অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (Upper Assam Electricity Distribution Company Limited. সংক্ষেপে UAEDCL).
৫) মধ্য অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (Central Assam Electricity Distribution Company Limited.সংক্ষেপে CAEDCL).
২৩) কেতিয়া APDCL নামৰ কোম্পানী গঠন কৰা হৈছিল?
উত্তৰ:- ২০০৯ চনৰ ২৩ অক্টোবৰত। ( UAEDCL , CAEDCL আৰু LAEDCL লগ কৰি Assam Power Distribution Company Limited.সংক্ষেপে APDCL গঠন কৰা হৈছে।
২৪) অসম ট্ৰাংক ৰোডৰ নিৰ্মাণ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ:- ১৮৬৩ চন।
২৫) গুৱাহাটী-শ্বিলং পথ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৮৭৭ চনত।
২৬) যোৰহাট আৰু জাঁজীৰ মাজত প্ৰথম যাত্ৰীবাহী বাছৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ:- ১৯২২ চনত।
২৭) গুৱাহাটীত অসমৰ প্ৰথম চিটিবাছ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৪৬ চনত।
২৮) আঠখন বাছেৰে ৰাজ্যিক পৰিবহণৰ চৰকাৰী বাছসেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৬ জানুৱাৰী,১৯৪৮ চনত।(গুৱাহাটী-নগাঁও পথত)।
২৯) ৰাজ্যিক পৰিবহণ নিগম কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ২৭ ছেপ্টেম্বৰ,১৯৪৮ চনত।
৩০) গুৱাহাটীৰ চিটিবাছত মহিলাৰ বাবে ৮ খনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১ জানুৱাৰী,১৯৬৮ চনত।
৩১) অসমত প্ৰথম নৈশ বাছৰ চলাচল কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।
৩২) অসমত অত্যাধুনিক ভলভো বাছৰ প্ৰচলন কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ৭ ফেব্ৰুৱাৰী, ২০০৫ চনত।৩
৩৩) ISBT সম্পূৰ্ণ ৰূপটো লিখা?
উত্তৰ:- Inter State Bus Terminus.
৩৪) শৰাইঘাট দলং কেতিয়া আধাৰশিলা স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬০ চনৰ ১০ জানুৱাৰীত।
৩৫) কেতিয়া শৰাইঘাট দলংখনৰ ৰে'লপথটো মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
৩৬) কেতিয়া শৰাইঘাট দলংখনক প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে আনুস্থানিকভাৱে মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৬৩ চনৰ ৭ জুনত।
৩৭) অসমৰ প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নাম কি?
উত্তৰ:- শৰাইঘাট দলং।
৩৮) ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা অসমৰ দ্বিতীয় দলংখনৰ নাম কি?
উত্তৰ:- কলীয়াভোমোৰা দলং।
৩৯) কেতিয়া কলীয়াভোমোৰা দলংখন মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৮৭ চনৰ ১৪ এপ্ৰিলত।
৪০) ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা অসমৰ তৃতীয়খন দলংখনৰ নাম কি?
উত্তৰ:- নৰনাৰায়ণ সেতু।
৪১) কেতিয়া নৰনাৰায়ণ সেতু দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৯৮ চনৰ ১৫ এপ্ৰিলত। প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী।
৪২) কেতিয়া বগীবিল দলংখন আধাৰশিলা স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৯৭ চনৰ ২২ জানুৱাৰীত।
৪৩) বগীবিল দলংখনক কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- ২০১৮ চনৰ ২৫ ডিচেম্বৰত।(২০০২ চনৰ ২১ এপ্ৰিলত নিৰ্মাণ আৰম্ভ হৈছিল।)
৪৪) বগীবিল দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৪.৯৪ কিলোমিটাৰ(৩.০৭ মাইল।).
৪৫) বগীবিল দলংখনৰ নিৰ্মাণৰ ব্যয় কিমান?
উত্তৰ:- ৪,৮৫৭ কোটি টকা।
৪৬) নৰনাৰায়ণ সেতু দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ২.৩ কিলোমিটাৰ।(৩০১ কোটি টকা ব্যয়।)
৪৭) কলীয়াভোমোৰা দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৩.০৫ কিলোমিটাৰ।( ৮৯ কোটি টকা।)
৪৮) কলীয়াভোমোৰা দলংখন ক'ত অৱস্থিত?
উত্তৰ:- তেজপুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূৱে অৱস্থিত।
৪৯) কলীয়াভোমোৰা দলংখন কোনটো ঘাইপথত সংযোগ কৰা হৈছে?
উত্তৰ:- ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে।
৫০) বগীবিল দলং কোনখন ঘাইপথৰ লগত সংযোগ কৰা হৈছে?
উত্তৰ:- উত্তৰ পাৰৰ ধেমাজি জিলাৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ( চিচিবৰ গাঁও) দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ( চাউলখোৱা গাঁও) সংযোগ কৰিছে।
৫১) শৰাইঘাট দলং ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ।
৫২) শৰাইঘাট দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১,২৯৫ মিটাৰ ( ১.২৯ কিলোমিটাৰ)।১০ কোটি ৬৫ লাখ টকা ব্যয়।
৫৩) শৰাইঘাট দলংখনে কোনখন ঘাইপথক সংযোগ কৰা হৈছে?
উত্তৰ:- ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক।
৫৪) দ্বিতীয় শৰাইঘাট দলংখন কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- ২০১৭ চনৰ ২৯ জানুৱাৰীত।(৪৭৫ কোটি ব্যয়। ১,৪৯৩.৫৮ মিটাৰ প্ৰায় ১.৫ কিলোমিটাৰ )।
Read more.....click here:- https://realtigerconcept.blogspot.com/2022/11/Assam-GK-Industry-of-Assam-Apdcl-Pnrd-Dhs-Apsc-Upsc-Assam-TET-and-other-competitive-exam..html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.